Surprise Me!

মুখত ক’লা কাপোৰ বান্ধি হাতত ৰ'ডলৈ ৩০-৩৫ জনীয়া এটা দলে আমাক আক্ৰমণ কৰিছিল : প্ৰদ্যুৎ বৰদলৈ

2025-04-29 3 Dailymotion

দুৰ্বৃত্তৰ আক্ৰমণ সন্দৰ্ভত সংবাদমেলত সুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ সাংসদ প্ৰদ্যুৎ বৰদলৈ । নগাঁও আৰক্ষীৰ তৎপৰতাৰ শলাগ সাংসদ বৰদলৈৰ ।