স্পৰ্শকাতৰ চামগুৰিৰ উপৰি ধিং, ৰূপহীহাটতো কেইবাটাও হিংসাত্মক ঘটনাৰ মাজেৰে সম্পন্ন পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ।