Surprise Me!

ব্যক্তিগত-চৰকাৰী বিদ্যালয়ৰ মাজত সংঘাত ; নগাঁও শিক্ষা বিভাগৰ কাৰ্যালয়ত ব্যাপক অনিয়মৰ অভিযোগ

2026-06-26 1 Dailymotion

নগাঁৱৰ এখন চৰকাৰী শিক্ষানুষ্ঠান আৰু এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাজত সৃষ্টি হোৱা সংঘাতে এতিয়া শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।