Surprise Me!

২৪ ঘণ্টাই বাল্ব জ্বলাই বিদ্যুতৰ অপচয় চৰকাৰী কাৰ্যালয়ত, ধোঁৱা চাঙত বিদ্যুতৰ অপচয় ৰোধৰ পদক্ষেপ

2026-04-19 84 Dailymotion

একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কাম ৷ ২৪ ঘণ্টাই কাৰ্যালয়ৰ বাল্ব জ্বলাই বিদ্যুৎ অপচয়ৰ অভিযোগ একাংশ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ৷