Surprise Me!

চৰকাৰী ধনৰ অপচয়: পৰ্যটক নিবাসত এতিয়া চলে অসামাজিক কাৰ্যকলাপ

2026-06-13 1 Dailymotion

২০০৮ চনতে ৩০ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল পৰ্যটক নিবাস । চৰকাৰৰ অৱহেলাৰ বাবেই এতিয়া ভূত বাংলাত পৰিণত পৰ্যটক নিবাসটো ।