Surprise Me!

মেট্ৰিকত শূন্য ফলাফল দেখুওৱা ৪৯ খন বিদ্যালয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ শিক্ষা বিভাগৰ

2026-04-28 1 Dailymotion

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শোচনীয় হোৱা ৪৯ খন বিদ্যালয়ৰ স্বীকৃতি (Affiliation) বাতিলৰ চিন্তা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ।