Surprise Me!

নগাঁৱৰ ৩৯ খন চৰকাৰী বিদ্যালয়ৰ মেট্ৰিকত শোচনীয় ফলাফল: প্ৰধান শিক্ষকক সকীয়নি জিলা আয়ুক্তৰ

2026-04-23 2 Dailymotion

মেট্ৰিকৰ শোচনীয় ফলাফল নগাঁৱৰ ৩৯ খন চৰকাৰী বিদ্যালয়ৰ । প্ৰধান শিক্ষকক তলব কৰি সকীয়নী জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ । তিনিখন বিদ্যালয়ৰ ফলাফল শূন্য ।