অসমৰ চাহ উদ্যোগ বৰ্তমান প্ৰত্যাহ্বানৰ মুখত ৷ কমিছে চাহপাতৰ মূল্য ৷ হ্ৰাস পাইছে উৎপাদনো ৷ চিন্তাত ৰাজ্যৰ চাহ খেতিয়কসকল ৷