Surprise Me!

সময়ৰ সোঁতত পাহৰণিৰ গৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন হোমিঅ’পেথি গৱেষণা প্ৰতিষ্ঠান

2025-09-09 5 Dailymotion

জংঘলে আগুৰি ধৰিছে ১৯৪৭ চনত মাটিৰ তলত স্থাপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন হোমিঅ’পেথি গৱেষণা লেব'ৰেটৰী ।