মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা ৷ প্ৰত্যুত্তৰত মটৰ পৰিবহণ শ্ৰমিক সন্মিলিত মঞ্চই চুবুৰীয়া ৰাজ্যখনৰ টুৰিষ্ট টেক্সিসমূহো অসমত প্ৰৱেশত বাধা প্ৰদান কৰাৰ হুংকাৰ দিয়ে ৷