১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মাংগলিক কাৰ্যসূচী । কৰ্ণধাৰ সমিতিয়ে ঘোষণা কৰিলে কাৰ্যসূচী । প্ৰথমে আৰম্ভ হ'ব সৰ্বদলীয় প্ৰাৰ্থনা সভা ।