জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিষয়ে প্ৰিয়াংক খাৰ্গেৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে খাৰ্গেৰ পুত্ৰক কংগ্ৰেছ দলে অসমৰ সংস্কৃতি আৰু যুৱশক্তিৰ বিষয়ে বুজাওক ।