বাজেটক 'নতুন বটলত পুৰণি মদ' আখ্যা অখিল গগৈৰ । গতানুগতিক, ঘাটি বাজেট বুলিলে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ।