ইতিহাস সৃষ্টি কৰি অৱশেষত ছবিগৃহলৈ জুবিন গাৰ্গৰ সপোনৰ চিনেমা 'ৰৈ ৰৈ বিনালে' । ছবিগৃহত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰি ৰখা হ'ল এখন বিশেষ চকী ।