এই জনগোষ্ঠীসমূহে ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাভূক্ত হ’বৰ বাবে একাধিকবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও বৰ্তমানলৈ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভূক্ত হোৱা নাই ।