তেজপুৰ বিশ্ববিদ্যালয় এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় । ১৯৯৪ চনত সংসদীয় আইন অনুযায়ী প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খন অসম চুক্তিৰ অন্যতম ফচল ।