বহু মহিলাই আজিও লাভ নকৰিলে মহিলাৰ বাবে ৰূপায়ণ কৰা আঁচনি ৷ বানপানীৰ সময়ত আশ্ৰয় লোৱা পথটোও নিৰ্মাণ নহ'ল ৷ ই টিভি ভাৰতৰ গ্ৰাউণ্ড ৰিপ'ৰ্ট ।