ওজাপালিকে জীৱন সংগী কৰি লোৱা এগৰাকী ৭১ বছৰীয়া লোকশিল্পীৰ মনৰ বতৰা ৷ কিন্তু শিল্পী পেন্সনৰ পৰা তেওঁ আজিও দূৰত ৷