মাছেৰে উভৈনদী কলিয়াবৰৰ চুলুং দৈনিক পাইকাৰী মাছৰ বজাৰ । নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশ একাষৰীয়া কৰি অত্যধিক দামত মাছ বিক্ৰীৰ অভিযোগ ।