সিজু গছ বড়োসকলৰ বাবে শান্তিৰ প্ৰতীক ৷ হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা বড়োসকলে সিজু গছৰ তলত বাথৌ পূজা কৰি আহিছে ৷