Surprise Me!

দহখন মেহেঙা পাতি, কুকুৰা কাটি দহ শক্তিক পূজা-অৰ্চনাৰে আজি পৱিত্ৰ মে-ডাম-মে-ফী

2026-01-31 1 Dailymotion

দহজন দেৱতালৈ বাঁহ আৰু কলথৰুৱাৰে আসন সাজি কেঁচা চাউল, কুকুৰা, মুৰ্গীৰ কণী, সাজপানী, মাকমু (তামোল), ক্রু (নিমখ) আদি উপাচাৰ আগবঢ়োৱা হয় ।