Surprise Me!

আজি নাঙল বিহু; যান্ত্ৰিকতাৰ ধামখুমীয়াতো কৃষি পৰম্পৰাক স্মৰণৰ এটা দিন

2026-04-18 4 Dailymotion

ব'হাগ বিহুৰ পঞ্চমটো দিনত পৰম্পৰা ৰক্ষা কৰি গ্ৰামাঞ্চলৰ কৃষকে পালন কৰিছে এই নাঙল বিহু । গ্ৰামাঞ্চলৰ চহা জীৱনৰ কৃষকসকলৰ এক অবিচ্ছেদ্য সম্পদ হৈছে নাঙল ।