বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফাই বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি 'বৰ অসম'ৰ ভেটি গঢ়িছিল । এই মন্তব্য মুখ্যমন্ত্ৰীৰ ।