কাঁহ শিল্প নগৰীৰ বছৰেকীয়া ঐতিহাসিক সভা মহোৎসৱ শনিবাৰে নিশাৰ পৰা আৰম্ভ হৈছে । ১৬০ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত এই মহোৎসৱৰ আজি মূল সবাহ ।