গুৱাহাটী ৰে'ল ষ্টেচনত অত্যাধুনিক শ্লিপিং পড মুকলি । লাভ কৰিব সীমাহীন আৰাম আৰু খাদ্যৰ অপৰিসীম সম্ভাৰ ।