মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল প্ৰাক্তন সাংসদ আব্দুল খালেক । শ্বেৰমান আলীক দিলে পাগল আখ্যা ।