Surprise Me!

বিজেপি দলৰ সংখ্যালঘু বিভাগ অগপ, এগজিট প’লৰ কোনো মূল্য নাই: আমিনুল হক লস্কৰ

2026-05-03 3 Dailymotion

নিৰ্বাচনৰ সাম্ভাব্য ফলাফল সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী আমিনুল হক লস্কৰে কয় যে সোণাই সমষ্টিৰ পৰা তেওঁ ২৫-৩০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব ।