টিকট বঞ্চিত হোৱাৰ পিছত শুকুৰবাৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ৰাইজৰ কাষত সদায়েই থকাৰ প্ৰতিশ্ৰুতি নেতাগৰাকীৰ ৷