Surprise Me!

বিজেপিত কেণ্ডিডেট নাই কাৰণে আমাৰ কেণ্ডিডেটবিলাক লাগে : ক্ষুব্ধ ৰকিবুলৰ প্ৰতিক্ৰিয়া

2026-03-18 0 Dailymotion

"তেওঁক মাৰ্ঘেৰিটাৰ পৰা আনি বহুতক ডিপ্ৰাইভ কৰিছিলোঁ । প্ৰদ্যুৎ বৰদলৈক নগাঁৱলৈ আনি মই পাপ কৰিছিলোঁ ।" ক'লে ৰকিবুল হুছেইনে ।