Surprise Me!

শিক্ষাত গুৰুত্ব দিব লাগে আমাৰ মানুহে, এভাৰেষ্ট বিজয়ী ৰূপামণি গড়ক শুভেচ্ছা জনাই ক’লে পৱন সিং ঘাটোৱাৰে

2026-05-28 6 Dailymotion

এভাৰেষ্ট বিজয়ী ৰূপামণি গড়ৰ বাসগৃহত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ । সম্বৰ্ধনা জনালে পিতৃ-মাতৃক । উপহাৰ দিলে পাঁচটাকৈ নাৰিকলৰ পুলি।