মৰাণত নৱনিৰ্মিত ই এল এফ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে । তাৰ পূৰ্বে উৰণ আৰু অৱতৰণৰ চূড়ান্ত অনুশীলন চলাইছে বায়ুসেনাৰ যুদ্ধ বিমানে ।