ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয়ৰ পৰা জন আশীর্বাদ যাত্ৰাৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই । ১৫ মাৰ্চত হ'ব বিজেপিৰ বিশাল যুৱ সমাৱেশ ।