Surprise Me!

অভি-নীল হত্যাৰ অভিযুক্তৰ হৈ কিয় ওকালতি কৰিছে ? ক'লে অধিবক্তা মানস শৰণীয়াই

2026-02-28 2 Dailymotion

পুনৰ তাৰিখ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানিৰ । অভি-নীলৰ হত্যাত দুখ প্ৰকাশ অভিযুক্ত পক্ষৰ অধিবক্তাৰ । অভি-নীলৰ হত্যাকাণ্ডৰ সময়ত ১৫০-২০০ লোক থকাৰ যুক্তি অধিবক্তাৰ ।