Surprise Me!

ৰাজ্যসভাত নহয়, আমাৰ সমষ্টিতে লাগিব : যোগেন মহনক মাহমৰাতে বিচাৰি বিজেপি কৰ্মীৰ প্ৰতিবাদ

2026-03-04 6 Dailymotion

মন্ত্ৰী যোগেন মহনক ৰাজ্যসভাৰ টিকট প্ৰদানৰ পাছতে মন্ত্ৰীজনৰ ঘৰ ঘেৰাও হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ । ৰাজ্যসভা নহয়, মাহমৰা সমষ্টিত বিধায়ক হিচাপে বিচাৰি প্ৰতিবাদ ।