বিজেপিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে শক্তিশালী প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক । সমষ্টিত প্ৰচাৰ চলাবলৈ সাজু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীগৰাকী ।