নিৰ্বাচনী ব্যস্ততাৰ মাজতে জুবিন ক্ষেত্ৰত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৱন খেড়া ৷ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সন্দৰ্ভত চৰকাৰক সমালোচনা ৷