Surprise Me!

জুবিন গাৰ্গৰ ফটো অঁকাক লৈ চৰকাৰে লোৱা সিদ্ধান্ত মানি নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই

2026-07-12 5 Dailymotion

জুবিন গাৰ্গৰ ফটো অঁকা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৷