পৱন খেড়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনা অভিযোগক অমূলক আৰু ভিত্তিহীন আখ্যা । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাগৰাকীক সমালোচনা কমল কুমাৰ মেধিৰ ।