Surprise Me!

দিল্লী-দিশপুৰত আছে কিন্তু বিটিচিত নাই, ইউপিপিএলক লৈ মন্তব্য় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

2026-03-18 3 Dailymotion

"ইউপিপিএল দলে গেম খেলি আছে ৷" ইউপিপিএল দলে এনডিএ-ৰ সৈতে থকা মিত্ৰতাৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ৷