Surprise Me!

ফাকুৱা আহিল কিন্তু ৰং নালাগিল, বিহু আহিছে কিন্তু বিহু লগা নাই-প্ৰাণৰ শিল্পীৰ ন্যায়ৰ দাবীত সৰৱ সতীৰ্থ শিল্পী,অনুৰাগী

2026-03-20 2 Dailymotion

জুবিন ক্ষেত্ৰত ন্যায়ৰ জোৱাৰ-"জুবিন দাই ন্যায় পালেহে শান্তি পাব সমগ্ৰ অসমে", চৰকাৰক অনুৰোধ সতীৰ্থ শিল্পীৰ । আৱেগিক শিল্পী অজয় ফুকন আৰু কণ্ঠশিল্পী ময়ূৰী দত্ত ৷