Surprise Me!

সেউজ পাহাৰত কোন এই ৰূপালী ! নিবিচৰাকৈয়ে প্ৰাৰ্থিত্ব পোৱা সৌভাগ্যৱতী

2026-03-20 6 Dailymotion

আমি সদায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দেৱলাল গাৰ্লোচাৰ লগতে থাকিম ৷ টিকট লাভৰ পিছতে এই মন্তব্য বিজেপি প্ৰাৰ্থী ৰূপালী লাংথাচাৰ ৷