নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । এনে সময়তে ব্যাপক খহনীয়া দেখা গৈছে ধেমাজি অজাপত । প্ৰাৰ্থিত্ব নোপোৱাৰ প্ৰতিবাদত কৰিলে সমূহীয়া পদত্যাগ ৷