নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে আহিছে এক অভাৱনীয় খবৰ ৷ ২৪ নং বৰপেটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিলৰ সম্ভাৱনা স্পষ্ট ।