Surprise Me!

দিখাৰী নৈৰ খহনীয়াত নিশ্চিহ্ন হোৱাৰ দিশে বৃহত্তৰ কৰৈবাৰী অঞ্চল

2026-07-10 0 Dailymotion

ধেমাজি জিলাৰ জোনাই সম-জিলাৰ তেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ কৰৈবাৰী গাঁৱত খহনীয়াৰ তীব্ৰ ৰূপ । শীঘ্ৰে স্থায়ী খহনীয়া প্ৰতিৰোধৰ দাবী স্থানীয় ৰাইজৰ ।