গোলাঘাটত ভাৰতৰ বৰ্ষৰ সকলো পেট্ৰ’লিয়াম কোম্পানীৰ মাজত ৪৪ সংখ্যক বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন । দেশৰ বিভিন্ন পেট্ৰ’লিয়াম কোম্পানীৰ ১৫০গৰাকী খেলুৱৈৰ অংশগ্ৰহণ।