Surprise Me!

অজন্তা নেওগৰ ১২০ কোটি টকা ক'ৰ পৰা আহিল : কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়া

2026-03-24 2 Dailymotion

দোকানে দোকানে সোমাই ভোট ভিক্ষা কৰে কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াৰ । বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ।