অসমত কংগ্ৰেছ চৰকাৰ চলি থকা সময়তো বিপুল ভোটত জয়ী হৈ আহিছিল প্ৰশান্ত ফুকন । বিজেপিয়ে পঞ্চমবাৰলৈ ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰশান্ত ফুকনক ।