মিত্ৰতাৰ ধৰ্ম উলংঘা কৰা জিতেন গৌড়ৰ স্থান নাই বিজেপিত । মনোনয় পত্ৰ প্ৰত্যাহাৰ নকৰিলে বিজেপিৰ পৰা বহিষ্কৃত কৰাৰ সকীয়নি ।