Surprise Me!

ভাৰতীয় জনতা পাৰ্টীৰ কাম মানে ভগৱানৰ কাম, এম এল এ-এম পি হোৱাটো নহয়: বিজেপিৰ মূলমন্ত্ৰ ব্যাখ্যা দিপ্লু ৰঞ্জনৰ

2026-03-25 2 Dailymotion

সমষ্টিটোৰ পাঁচখন নিৰ্বাচনী সভাত অংশগ্ৰহণ বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ । নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ।