অসম গণ পৰিষ দল, সভাপতি আৰু মিত্ৰদল বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি বুধবাৰে দলৰ পৰা পদত্যাগ কৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ।